অসমৰ সবাতোকৈ ধনী মানুহ কেইজন কোন।? Who is the richest person of Assam?

by - August 15, 2017


Who is the richest person of Assam?

অসমৰ সবাতোকৈ ধনী মানুহ কেইজন কোন।? 


অলপতে প্ৰতিদিন টাইমছত প্ৰকাশ হৈ যোৱা বাতৰিত কোৱা হয় যে প্ৰথম বাৰলৈ স্থান দখল কৰিছে ব্ৰহ্মপুত্ৰ টেলিভিছন নেটৱৰ্কৰ (Brahmaputra Television Network) স্বত্বাধিকাৰী অঞ্জনা বৰা (Anjana Bora) বাৰ্ষিক আয় ৬,১৮, ৩১৭৪০ টকাৰ বিপৰীতে ২,২৮,৬৩,৬০০ টকা আয়কৰক কৰ আদায় কৰিছে। 

দ্বিতীয় স্থানত আছে, ব্যৱসায়ী ভাগ্য কলিতাৰ (Bhagya Kalita) বাৰ্ষিক আয় ৫,৭৭,৩১,৪৬০ টকাৰ বিপৰীতে আয়কৰ বিভাগক কৰ দিছে ২,৪, ৩৯,৭৪৫ টকা। 


আৰু তৃতীয় স্থান দখল কৰিছে গ্ৰীন প্লায় কম্পেনীৰ স্বত্বাধিকাৰী প্ৰকাশ মিট্টাল (Prakash Mittal) । তেওঁৰ বাৰ্ষিক আয় কৰ দিছে ১,৭৪,৪৯,০০৬ টকা

You May Also Like

0 comments